Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 Chemical Reactions and Equations Page Number 13 Solutions

On: July 21, 2025

1. Why does the colour of copper sulphate solution change when an iron nail is dipped in it?

Answer:
When an iron nail is dipped into copper sulphate (CuSO₄) solution, a displacement reaction occurs. Iron (Fe) is more reactive than copper (Cu), so it displaces copper from the solution:

Reaction:
Fe(s) + CuSO₄(aq) → FeSO₄(aq) + Cu(s)

As a result:

  • Copper (reddish brown) is deposited on the nail.
  • The blue colour of CuSO₄ solution fades and eventually changes to green due to the formation of iron(II) sulphate (FeSO₄).

2. Give an example of a double displacement reaction other than the one given in Activity 1.10.

Answer:
A good example of a double displacement reaction is:

Reaction:
BaCl₂(aq) + Na₂SO₄(aq) → BaSO₄(s) ↓ + 2NaCl(aq)

Explanation:

  • Barium sulphate (BaSO₄) is an insoluble white precipitate.
  • This is a classic example of precipitation via double displacement, where cations and anions exchange partners.

3. Identify the substances that are oxidised and the substances that are reduced in the following reactions.

(i) 4Na(s) + O₂(g) → 2Na₂O(s)

  • Sodium (Na) is oxidised:
    Na → Na⁺ (loses electrons)
  • Oxygen (O₂) is reduced:
    O₂ → O²⁻ (gains electrons)

(ii) CuO(s) + H₂(g) → Cu(s) + H₂O(l)

  • Hydrogen (H₂) is oxidised:
    H₂ → H⁺ (in H₂O)
  • Copper oxide (CuO) is reduced:
    Cu²⁺ → Cu (metallic copper)

1. লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবর্তন ঘটে কিয়?

উত্তৰঃ– লো ক’পাৰতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে ক’পাৰ ছালফেট দ্ৰৱত লোৰ গজাল এটা ডুবাই দিলে লোৱে ক’পাৰ ছালফেট দ্ৰৱৰ পৰা ক’পাৰক অপসাৰিত কৰে। ফলত ক’পাৰ ছালফেট দ্ৰৱৰ গাঢ়তা কমি যায় আৰু ক’পাৰ ছালফেট দ্ৰৱৰ নীলা বৰণ শেতা হৈ পৰে আৰু লোৰ গজাল তাম বৰণৰ হয়।

2. কার্যকলাপ 1.10 ত দিয়া বিক্রিয়াটোৰ বাহিৰে আন এটা দ্বি-অপসৰন বিক্রিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ ছিলভাৰ নাইট্ৰ’জেন জলীয় দ্ৰৱই ছ’ডিয়াম ক্ল’ৰাইড দ্ৰৱৰ লগত বিক্ৰিয়া কৰি ছিলভাৰ ক্ল’ৰাইডৰ বগা অধঃক্ষেপ আৰু ছ’ডিয়াম নাইট্ৰে’ট দ্ৰৱ উৎপন্ন হয়।

            AgNo3(aq) + NaCl(aq) à AgCl(s)↓ + NaNo3(aq)

3. তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা। 

(i) 4Na(s) + O₂(g) → 2Na₂O(s)

উত্তৰঃ এই বিক্ৰিয়াটোত Na জাৰিত হৈছে অৰ্থাৎ ছডিয়াম ক্লৰাইড উৎপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে।

(ii) CuO(s) + H₂(g) → Cu(s) + H₂O(I) 

উত্তৰঃ H₂ জাৰিত হৈ পানী উৎপন্ন হৈছে আৰু CuO বিজাৰিত হৈ Cu উৎপন্ন হৈছে।

Leave a Comment